kalimah.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

zubeen garg - kije pale tumak كلمات أغنية

Loading...

কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে

কিজে হলা আহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
তুমি মোৰ তুমি মোৰ মাথো মোৰ
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোনতে
সামৰিলো দিঠকে সপোনে
ৰূপোৱালী তুমি এতি সৰোবৰ জোনালী
কাঁচিয়লি সূৰুজ তুমি পোহৰৰ ৰদালি
নানিবা কথাৰে বান এনেই উৰণীয়া মন
উপমা উপমা অাৰু নাপালো বিচাৰি
সুখমা সুখমা তুমি এনেয়ে শুৱনী
তেনেকৈ নকবা সোন
লাজে আহি আবৰে চোন
ৰাখিবা অনুৰাগ প্ৰেমৰে
তেজতে বুকুতে
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰে দাপোনতে
সামৰিলো দিঠকে সপোনে
কিজে হলা অহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
আতৰি আতৰি ৰোৱা কিয়নো নৰবা
পাহৰি পাহৰি যোৱা হুৰকে নাগাবা
আছো কাষতে সদায়
মিলনৰে গীত গায়
বাগৰি বাগৰি যোৱা মৰম বোৰ জানিবা
ভাগৰি ভাগৰি নপৰা হেপাহ ৰাখিবা
মৰম জানিললো মই
হেপাহ ৰাখিলো সঁচা
ওলাবা অনুভব প্ৰেমৰে বুকুৱে বুকুৱে
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
কিজে হলা আহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
তুমি মোৰ
তুমি মোৰ মাথো মোৰ
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে

كلمات أغنية عشوائية

كلمات الأغنية الشائعة حالياً

Loading...