
notxofar - nisspoti | নিষ্পতি (in memory of xxxtentacion & lil peep) كلمات أغنية
[verse 1]
when i’m gone you’ll see me amongst stars
as i’m alive you are going to witness me as a star
it’s a battle of rap, rappers ahead i respect
i ain’t suppose to curse but i’ma spit a little bars
it might take a few days to write some dope
build the cope in you to not to mope
in the ring embarr-ssing feeling
with whomever you dealing
is probably covering the fear by chilling
[chorus]
ৰ’দ প্ৰখৰ, বতাহো প্ৰৱল
চকুযুৰি সেমেকীয়েই আছে
মন অচল, শত সান্তনাও বিফল
কিয়নো চকুযুৰি সেমেকীয়েই আছে
ৰ’দ প্ৰখৰ, বতাহো প্ৰৱল
চকুযুৰি সেমেকীয়েই আছে
মন সুচল, বহু সান্তনাও সফল
কিয়নো চকুযুৰি সেমেকীয়েই আছে
[verse 2]
নিমিষতে ভাঙি পৰা ঠুনুকা হৃদয়ে
সাগৰমুখী সুঁতিত জাঁপ দিলে নিৰ্ভয়ে
এই নির্লজ্জ সাহসৰ দায়ী তয়েই
এৰিলে লগ আজি মোৰ সুৰৰ লয়ে
হস্ৰ জীৱনৰ সোৱাদত জিভা তিতা
অলেখ প্ৰশ্নৰ উত্তৰ ওলাই যেতিয়া জ্বলে চিতা
অগণন সপোনৰ ব্যাখ্যা দিলোঁ লিখি কবিতা
কবিৰ সপোনৰ সত্যতাৰ সাক্ষী হৈ ৰ’ল আই-পিতা
ৰোগ জটিল, কিন্তু প্ৰণাম প্ৰসূতিক উৎপত্তি ঘটিল
এটি শিশুৰ যাৰ শৈশৱৰ প্ৰতিচ্ছবি কিশোৰ !
[bridge]
প্ৰবল গতি, কোলাত সতী, ক্ষণে-প্রতি বিষাদ বধি
টুকুৰাত প্ৰেমৰ নিষ্পতি নিষ্পতি নিষ্পতি
[chorus]
ৰ’দ প্ৰখৰ, বতাহো প্ৰৱল
চকুযুৰি সেমেকীয়েই আছে
মন অচল, শত সান্তনাও বিফল
কিয়নো চকুযুৰি সেমেকীয়েই আছে
ৰ’দ প্ৰখৰ, বতাহো প্ৰৱল
চকুযুৰি সেমেকীয়েই আছে
মন সুচল, বহু সান্তনাও সফল
কিয়নো চকুযুৰি সেমেকীয়েই আছে
كلمات أغنية عشوائية
- drawn and quartered - age of ignorance كلمات أغنية
- rock city worship - victory is near (live) كلمات أغنية
- grrl - you can’t كلمات أغنية
- lo village - let go كلمات أغنية
- highbaby [hun] - hightech كلمات أغنية
- surgeon general (rock) - recounting lost time to an old friend كلمات أغنية
- eddie noack - my steady dream كلمات أغنية
- kyle gordon - crucial life lessons for young children كلمات أغنية
- sesame girl - hey x كلمات أغنية
- l33o - say كلمات أغنية